অসমী জ্ঞান - এই চেনেল তোৰ লক্ষ্য হৈছে নিজৰ মাতৃ ভাষা অসমীয়া ভাষাৰ মাধ্যমৰে মানুহৰ মাজলৈ ias ips ত সোধা প্ৰশ্নৰ উত্তৰ,ফেক্ট আৰু আৰু বিভিন্ন ধৰণৰ জানিব লগীয়া কথা আপোনালোক ৰ ওচৰলৈ লৈ যোৱা ।।

গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ ।।

ধন্যবাদ