Welcome to GK DIARY
অসমৰ প্ৰতিগৰাকী ইচ্ছুক ছাত্ৰ ছাত্ৰীৰ নিজৰ সপোন বা লক্ষ্যক এটি সফলতাৰ আকৃতি হিচাপে গঢ় দিয়াটোৱেই এই চেনেলটোৰ মূখ্য উদ্দেশ্য।
সকলোখিনি অতি সহজভাৱে নিজৰ মাতৃভাষাত শিকিব পাৰিব আৰু লগতে নতুন নতুন তথ্য লাভ কৰিব। SCHOOL, BOARD আৰু সকলো GOVT EXAM ৰ পৰীক্ষাৰ প্ৰস্তুতিত Live /Recorded ক্লাছৰ জৰিয়তে সহায় আগবঢ়াই যাম।
Subjects:
👉🏼All GK/GS
👉🏼 Current affairs analysis
👉🏼 Science
👉🏼Maths/Reasoning
শিক্ষাৰ ক্ষেত্ৰত কোনোদিনে মাধ্যম হেঙাৰ হব নোৱাৰে, সেয়েহে আমি সকলোৱে লগ হৈ এখন শিক্ষাৰ সুন্দৰ সমাজ গঠন কৰো, য'ত আপোনাৰ সপোন দিঠক হোৱাৰ লগতেই আৰু দহ জনক অনুপ্ৰাণিত কৰিব।
মনত ৰাখিব এদিন এই ডায়েৰীখনে আপোনাৰ কথা কব!
ভাল হওঁক সকলোৰে...
নিহাৰীকা দত্ত
Shared 1 month ago
10K views
Shared 3 months ago
22K views
Shared 4 months ago
38K views
Shared 4 months ago
116K views
Shared 4 months ago
46K views
Shared 4 months ago
25K views
Shared 4 months ago
25K views
Shared 4 months ago
26K views
Shared 4 months ago
35K views
Shared 4 months ago
41K views
Shared 4 months ago
36K views
Shared 4 months ago
50K views
Shared 4 months ago
108K views
Shared 5 months ago
9.4K views